ঘৰৰ চাদত খেতি কৰিবলৈ আৰম্ভ কৰোতে আমাৰ মনলৈ বহুতো প্ৰশ্ন আহে:
- কেনেধৰণৰ মাটি লাগিব?
- মাটিখিনি কিহত ৰাখিলে ভাল হ’ব?
- সাৰ কি দিব লাগিব?
- কোনবোৰ পাচলি কৰিব পাৰিম?
- পাচলিৰ গুটি বা পুলি ক’ত পাম?
- চাদত সেউজীয়া নেট কিয় লাগে?
আদি নানা ধৰণৰ প্ৰশ্ন।
ওপৰৰ লিংককেইটাত ক্লিক কৰি ইয়াৰ উত্তৰবিলাকলৈ যাব পাৰিব।
ইয়াৰ উপৰিও তলৰ তালিকাখনত বিভিন্ন বিষয়ৰ ওপৰত কৰা আলোচনাৰ লিংকবোৰ পাব।
আপোনালোকৰ লাইক, ক’মেন্ট আদি আশা কৰিলো।
- ঘৰৰ চাদত সহজতে শাকৰ খেতি কৰক
- পচনসাৰ তৈয়াৰ কৰাৰ পদ্ধতি (How to Compost in Assamese)