মনলৈ অহা কিছুমান কথা বিভিন্ন জনৰ লগত আলোচনা কৰিবলৈ ফেচবুকত এটা গ্ৰুপ আৰম্ভ কৰা হৈছে। যুক্তি-সঙ্গতভাৱে বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰা এই গ্ৰুপটোৰ প্ৰধান উদ্দেশ্য।
গ্ৰুপটোৰ নাম হৈছে “ভাবি চাবচোন” ।
ফেচবুক গ্ৰুপটোত কৰা আলোচনাখিনি এই ৱেবছাইটত আপ্-ল’ড কৰা হৈছে।
সকলো সদস্যই অশালীন ভাষা বা বিষয়বস্তু ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকিব লাগিব। অন্যথা গ্ৰুপৰ পৰা আতৰাই দিয়া হ’ব।
22 March 2021 CAA আৰু অসমীয়া জাতি
29 March 2021: নুমলিগড় ৰিফাইনেৰী বিক্ৰী প্ৰসংগ
4 April 2021: War of Disinformation কি?