About F&T Analysis Course

About Fundamental & Technical Analysis Course

শ্বেয়াৰ মাৰ্কেটৰ পৰা consistently আৰু বেছিকৈ লাভ কৰিবলৈ হ’লে ইয়াৰ লগত জড়িত Fundamental Analysis আৰু Technical Analysis জনাটো অতি আৱশ্যকীয়। 

সেয়ে এই কৰ্চটোত এই দুয়োবিধ analysis-ৰ বিষয়ে বহলাই আলোচনা কৰা হ’ব।


Course Image of F&TA Asm

গতিকে, কৰ্চটো সম্পূৰ্ণকৈ কৰাৰ পিছত আপুনি বুজি উঠিব যে কোনটো কোম্পানীৰ শ্বেয়াৰ কেতিয়া কিমান দামত কিনিলে আপোনাৰ লাভ হোৱাৰ সম্ভাৱনা বেছি থাকিব। 

আন ধৰণেৰে ক’বলৈ গ’লে, আপুনি যদি এই সপ্তাহত অলপ শ্বেয়াৰ কিনিব বিচাৰিছে, তেনেহলে কোনটো কোম্পানীৰ শ্বেয়াৰ কিনাতো উচিত হ’ব সেইটো আপুনি নিজেই নিৰ্ণয় কৰিব পাৰিব। 

কৰ্চটোৰ পৰা ‘long term investor’ আৰু ‘short term trader’ দুয়ো ভাগ মানুহেই উপকৃত হ’ব। 

Short term trader সকলে যি ধৰণৰ trading-য়েই নকৰক কিয় (যেনে  Day Trading, Swing Trading, Momentum Trading, আদি) এই কৰ্চত শিকোৱা concepts আৰু practical examples বিলাকে অভূতপূৰ্ব সহায় কৰিব। 

তাৰ উপৰিও, আপুনি long side-ত trade কৰিবলৈ যেনেকৈ শিকিব, সেইদৰে short side-ত trade কৰিবলৈও শিকিব। গতিকে শ্বেয়াৰ মাৰ্কেট ওপৰলৈ গৈ থাকোতে আপুনি যেনেকৈ profit কৰিব পাৰিব, সেইদৰেই শ্বেয়াৰ মাৰ্কেট তললৈ নামি আহি থাকোঁতেও আপুনি profit কৰিব পাৰিব। 

শ্বেয়াৰ মাৰ্কেট তললৈ নামি আহি থাকোতেও যে profit কৰিব পাৰি সেইবিষয়ে যদি আপুনি বৰ্তমান নাজানে, চিন্তা নকৰিব, এই কৰ্চটোত সেইবিষয়েও শিকিব পাব!

তাৰোপৰি, এই কৰ্চটো সম্পূৰ্ণ কৰাৰ পিছত আপুনি তিনিওটা ধৰণেৰে trading কৰিবলৈ শিকি যাব:

(১) কোম্পানীবোৰৰ শ্বেয়াৰ-বিলাক trading কৰিবলৈ  শিকিব

(২) Futures trading কৰিবলৈ শিকিব

(৩) Options trading কৰিবলৈও শিকিব

আশাকৰোঁ ওপৰৰ কথাখিনিৰ পৰা আপুনি এটা ধাৰণা কৰিব পাৰিছে যে এই কৰ্চটোত কি কি শিকিব পাব, আৰু, কৰ্চটো সম্পূৰ্ণ কৰাৰ পিছত আপুনি শ্বেয়াৰ মাৰ্কেটৰ পৰা কেনে কেনে ধৰণেৰে profit কৰিব পাৰিব।


ক’ৰ্চটো কিনিবলৈ তলৰ নীলা ৰঙৰ ‘Buy @ 4,720 only’ বুটামটোত ক্লিক কৰি দিয়ক।

বৰ্তমান Special Offer হিচাপে ক’ৰ্চটো মাত্ৰ Rs. 4,720/- টকাত দি থকা হৈছে।

Normal Course Fee is Rs. 9,900/-

এই বুটামটোত ক্লিক্ কৰিলে প্ৰথমতে আপোনাৰ ই-মেইল, ম’বাইল নং, আৰু নাম ভৰাবলৈ দিব; তাৰ পিছৰ step-ত payment কৰিবলৈ সুবিধা দিব। এনে কৰিলে কোনটো payment কোনে কৰিলে তাৰ হিচাব থাকি যায়। 

Paymentটো আপুনি ATM Card, Credit card, PhonePe, Google Pay, PayTM, NetBanking আদিৰে কৰিব পাৰিব। 

Payment কৰাত কিবা অসুবিধা পালে জনাব।


%d bloggers like this: