CAA আৰু অসমীয়া জাতি

22 March 2021: লেখক: অনুপল ভৰালী

মনলৈ অহা এটা কথা আপোনালোকৰ লগত আলোচনা কৰিব বিছাৰিছো। 

দেখিছোঁ যে কিছু সংখ্যক অসমীয়া মানুহে CAA আইন খন বিৰোধ কৰি আছে। ময়ো অৱশ্যে এই আইনখন সম্পূৰ্ণকৈ support নকৰোঁ। মোৰ মতে ইয়াত কিছু সংশোধন কৰাৰ দৰকাৰ।

অসমীয়া জাতিক ভাল পোৱা, অসমক ভাল পোৱা বহুতো অসমীয়া মানুহেও এই CAA আইনখন একেবাৰে নালাগে বুলি কৈছে। এইসকল মানুহৰ পৰা মই এইটো কথা জানিব বিচাৰিছোঁ যে তেখেতসকলে তলৰ কোনটো কাৰণৰ বাবে ইয়াৰ বিৰোধিতা কৰিছে:

(১) সকলো বিদেশী অনুপ্ৰবেশকাৰীক অসমত নিগাজীকৈ থাকিব দি ভোটাধিকাৰ দিব লাগে। ইয়াত জাতি-ধৰ্মৰ বাচ-বিচাৰ কৰিব নালাগে; সকলোকে থাকিব দিব লাগে।

(২) কোনো বিদেশী অনুপ্ৰবেশকাৰীক অসমত নিগাজীকৈ থাকিব দিব নালাগে । (গতিকে  ভোটাধিকাৰ দিয়াৰ কথাই নাহে।)  ইয়াত জাতি-ধৰ্মৰ বাচ-বিচাৰ কৰিব নালাগে; কাকো থাকিব দিব নালাগে।

আশাকৰোঁ উত্তৰ পাম।


উত্তৰটো দিবলৈ এই চাৰ্ভে লিংকটোত  ক্লিক কৰক


We welcome your comments (Please log-in to comment) or (You may use your Google, Facebook, Twitter or wordpress.com account)

%d bloggers like this: