লেখক: অনুপল ভৰালী
মেট্ৰিক আৰু হায়াৰ-ছেকেণ্ডেৰীত সপ্তম স্থান প্ৰাপ্ত
এই অ’ন-লাইন ক’ৰ্চটো “পৰীক্ষাৰ বাবে কেনেকৈ পঢ়িব লাগে” নামৰ অতি জনপ্ৰিয় আৰু বহু প্ৰশংসিত কিতাপখনৰ ভিত্তিত প্ৰস্তুত কৰা হৈছে। এইটো দৰাচলতে এটা “ক’ৰ্চ” নহয়; সেই কিতাপখন অ’ন-লাইনত পঢ়াৰ এটা সুবিধা।
অৱশ্যে, কিতাপখনত সন্নিবিষ্ট কৰিব নোৱাৰা কিছুমান বস্তু, যেনে ভিডিঅ’ আদি, ইয়াত সন্নিৱিষ্ট কৰা হৈছে বা ভবিষ্যতে কৰা হ’ব। তাৰ উপৰিও, পাঠকসকলে বা ছাত্ৰ-ছাত্ৰী সকলে প্ৰশ্ন সোধাৰ সুবিধাটোও ইয়াত পাব। সেইবাবে এই “ক’ৰ্চ”টো কিতাপখনতকৈও লাভদায়ক হ’ব বুলি আশা কৰিছো।
বৰ্তমান এই ক’ৰ্চটোৰ ভিতৰত সেই কিতাপখনৰ (পুৰণি কপি এটাৰ পৰা) প্ৰতিটো পৃষ্ঠা স্কেন কৰি ভৰাই দিয়া হৈছে (সময় বচাবলৈ)। লাহে লাহে কথাখিনি লিখি লিখি ভৰাই দিয়া হ’ব।
কৰ্চটো কিনিবলৈ তলৰ PAY NOW বুটামটোত ক্লিক কৰক ।
-
অধ্যায় ১ : বুজিপোৱাৰ হাৰ
-
অধ্যায় ২ : স্মৰণ-কাল
-
অধ্যায় ৩: "একাগ্ৰতাৰ কাল" আৰু "একাগ্ৰতাৰ স্তৰ"
-
অধ্যায় ৪ : প্ৰশ্নকাকতখনৰ বিষয়ে
- প্ৰশ্নকাকতখনৰ বিষয়ে – পৃষ্ঠা ১
- প্ৰশ্নকাকতখনৰ বিষয়ে – পৃষ্ঠা ২
- প্ৰশ্নকাকতখনৰ বিষয়ে – পৃষ্ঠা ৩
- প্ৰশ্নকাকতখনৰ বিষয়ে – পৃষ্ঠা ৪
- প্ৰশ্নকাকতখনৰ বিষয়ে – পৃষ্ঠা ৫
- প্ৰশ্নকাকতখনৰ বিষয়ে – পৃষ্ঠা ৬
- প্ৰশ্নকাকতখনৰ বিষয়ে – পৃষ্ঠা ৭
- প্ৰশ্নকাকতখনৰ বিষয়ে – পৃষ্ঠা ৮
- প্ৰশ্নকাকতখনৰ বিষয়ে – পৃষ্ঠা ৯
- প্ৰশ্নকাকতখনৰ বিষয়ে – পৃষ্ঠা ১০
-
পৰীক্ষাত অন্ততঃ কিমান নম্বৰৰ প্ৰশ্নৰ উত্তৰ লিখা আৱশ্যক
-
অধ্যায় ৬ : সম্পূৰ্ণ পাঠ্যক্ৰমৰ কিমান অংশ পঢ়া আৱশ্যক
₹120.00