Front cover cut-out

পৰীক্ষাৰ বাবে কেনেকৈ পঢ়িব লাগে

2 students

Front cover cut-out

লেখক: অনুপল ভৰালী

মেট্ৰিক আৰু হায়াৰ-ছেকেণ্ডেৰীত সপ্তম স্থান প্ৰাপ্ত

Photo of Anupal Bharali

এই অ’ন-লাইন ক’ৰ্চটো “পৰীক্ষাৰ বাবে কেনেকৈ পঢ়িব লাগে” নামৰ অতি জনপ্ৰিয় আৰু বহু প্ৰশংসিত কিতাপখনৰ ভিত্তিত প্ৰস্তুত কৰা হৈছে। এইটো দৰাচলতে এটা “ক’ৰ্চ” নহয়; সেই কিতাপখন অ’ন-লাইনত পঢ়াৰ এটা সুবিধা।

অৱশ্যে, কিতাপখনত সন্নিবিষ্ট কৰিব নোৱাৰা কিছুমান বস্তু, যেনে ভিডিঅ’ আদি, ইয়াত সন্নিৱিষ্ট কৰা হৈছে বা ভবিষ্যতে কৰা হ’ব।‌ তাৰ উপৰিও, পাঠকসকলে বা ছাত্ৰ-ছাত্ৰী সকলে প্ৰশ্ন সোধাৰ সুবিধাটোও ইয়াত পাব। সেইবাবে এই “ক’ৰ্চ”টো কিতাপখনতকৈও লাভদায়ক হ’ব বুলি আশা কৰিছো।


Comment of Dainik Asom


Comment of Late Tarini Charan Baishya, (IAS, Retired D.C.)

First Rank Holder in H.S.L.C. under SEBA:

Comment of Late T C Baishya


Comment of Roon

 


বৰ্তমান এই ক’ৰ্চটোৰ ভিতৰত সেই কিতাপখনৰ (পুৰণি কপি এটাৰ পৰা) প্ৰতিটো পৃষ্ঠা স্কেন কৰি ভৰাই দিয়া হৈছে (সময় বচাবলৈ)। লাহে লাহে কথাখিনি লিখি লিখি ভৰাই দিয়া হ’ব। 

কৰ্চটো ৰেহাই মূল্যত কিনিবলৈ তলৰ PAY NOW বুটামটোত ক্লিক কৰক ।

 

Instructor

An Educator and Social Thinker.
Qualification: B.E. from BITS-PILANI in Electrical & Electronics Engineering.
Director, Top-Gyan Edusolutions (OPC) Pvt. Ltd.

₹150.00 ₹120.00