User Avatar

ষ্ট’ক মাৰ্কেটৰ প্ৰাথমিক জ্ঞান

12 weeks
Beginner
8 lessons
0 quizzes
21 students

এই বিনামূলীয়া কৰ্চটোত ষ্ট’ক মাৰ্কেটৰ প্ৰাথমিক জ্ঞানখিনি দিয়া হ’ব। আপুনি  এই বিষয়ে একো নাজানিলেও কোনো কথা নাই, কৰ্চটো কৰি গ’লে লাহে লাহে বুজিপোৱা হৈ যাবগৈ।

ষ্ট’ক মাৰ্কেটখন এখন সাগৰৰ নিচিনা বিশাল। বেলেগ বেলেগ ধৰণৰ বহুতো কথা ইয়াত শিকিব লগীয়া আছে। আমি এই কৰ্চটোত ইয়াৰ অতি প্ৰয়োজনীয় আৰম্ভনিৰ কথাখিনিহে শিকিম। 

এইখিনি শিকাৰ পিছত আপোনাৰ যদি আৰু শিকিবলৈ ইচ্ছা যায়, তেনেহ’লে মোৰ লগত যোগাযোগ কৰিব। 

এই কৰ্চটো বিনামূলীয়া, কিন্তু ইয়াক কৰিবলৈ আপোনাক এটা username আৰু password লাগিব। 


username আৰু password কেনেকৈ পাব?

সেই দুটা পাবলৈ:

Please send your name, email and WhatsApp number to:

WhatsApp: 93653 68668 or

email:  bharali.anupal@gmail.com

আমি আপোনাৰ username আৰু password বনাই আপোনালৈ ই-মেইলত পঠিয়াই দিম। তাৰ পিছত আপুনি কৰ্চটো কৰিবলৈ আৰম্ভ কৰিব পাৰিব।


কৰ্চটো কৰাবলৈ সুবিধা হ’বৰ বাবে ইয়াক কেইবাটাও ক্লাছত ভাগ কৰি লৈছো।‌ প্ৰতিটো ক্লাছ আকৌ কেইবাটাও সৰু সৰু lesson-ত ভাগ কৰি লৈছো। 

এনে কৰাৰ বাবে আপোনালোকৰ বুজিবলৈ সুবিধা হ’ব, আৰু, ভৱিষ্যতে কিবা এটা কথা আকৌ এবাৰ চাওঁ‌ বুলি ভাবিলে সহজতে বিচাৰি পাব।

আৰু বেচি পাতনি নেমেলাকৈ চিধা-চিধি কৰ্চটোৰ প্ৰথম ক্লাছটো আৰম্ভ কৰা যাওঁক।

User Avatar
An Educator and Social Thinker. Qualification: B.E. from BITS-PILANI in Electrical & Electronics Engineering. Director, Top-Gyan Edusolutions (OPC) Pvt. Ltd.

3 thoughts on “ষ্ট’ক মাৰ্কেটৰ প্ৰাথমিক জ্ঞান

  1. Abhijeet Goswami

    ভাল লাগিল, পাছৰ lessonকেইটালৈ অপেক্ষা কৰি ৰলো

    Reply

We welcome your comments (Please log-in to comment) or (You may use your Google, Facebook, Twitter or wordpress.com account)

Main Content