এই বিনামূলীয়া কৰ্চটোত ষ্ট’ক মাৰ্কেটৰ প্ৰাথমিক জ্ঞানখিনি দিয়া হ’ব। আপুনি এই বিষয়ে একো নাজানিলেও কোনো কথা নাই, কৰ্চটো কৰি গ’লে লাহে লাহে বুজিপোৱা হৈ যাবগৈ।
ষ্ট’ক মাৰ্কেটখন এখন সাগৰৰ নিচিনা বিশাল। বেলেগ বেলেগ ধৰণৰ বহুতো কথা ইয়াত শিকিব লগীয়া আছে। আমি এই কৰ্চটোত ইয়াৰ অতি প্ৰয়োজনীয় আৰম্ভনিৰ কথাখিনিহে শিকিম।
এইখিনি শিকাৰ পিছত আপোনাৰ যদি আৰু শিকিবলৈ ইচ্ছা যায়, তেনেহ’লে মোৰ লগত যোগাযোগ কৰিব।
এই কৰ্চটো বিনামূলীয়া, কিন্তু ইয়াক কৰিবলৈ আপোনাক এটা username আৰু password লাগিব।
username আৰু password কেনেকৈ পাব?
সেই দুটা পাবলৈ:
Please send your name, email and WhatsApp number to:
WhatsApp: 93653 68668 or
email: bharali.anupal@gmail.com
আমি আপোনাৰ username আৰু password বনাই আপোনালৈ ই-মেইলত পঠিয়াই দিম। তাৰ পিছত আপুনি কৰ্চটো কৰিবলৈ আৰম্ভ কৰিব পাৰিব।
কৰ্চটো কৰাবলৈ সুবিধা হ’বৰ বাবে ইয়াক কেইবাটাও ক্লাছত ভাগ কৰি লৈছো। প্ৰতিটো ক্লাছ আকৌ কেইবাটাও সৰু সৰু lesson-ত ভাগ কৰি লৈছো।
এনে কৰাৰ বাবে আপোনালোকৰ বুজিবলৈ সুবিধা হ’ব, আৰু, ভৱিষ্যতে কিবা এটা কথা আকৌ এবাৰ চাওঁ বুলি ভাবিলে সহজতে বিচাৰি পাব।
আৰু বেচি পাতনি নেমেলাকৈ চিধা-চিধি কৰ্চটোৰ প্ৰথম ক্লাছটো আৰম্ভ কৰা যাওঁক।
ভাল লাগিল, পাছৰ lessonকেইটালৈ অপেক্ষা কৰি ৰলো
It’s ok. You may learn.
Ok