Fundamental আৰু Technical Analysis

52 weeks
All levels
59 lessons
0 quizzes
5 students

শ্বেয়াৰ মাৰ্কেটৰ পৰা consistently আৰু বেছিকৈ লাভ কৰিবলৈ হ’লে ইয়াৰ লগত জড়িত Fundamental Analysis আৰু Technical Analysis জনাটো অতি আৱশ্যকীয়।

সেয়ে এই  কৰ্চটোত এই দুয়োবিধ analysis-ৰ বিষয়ে বহলাই আলোচনা কৰা হ’ব।

গতিকে, কৰ্চটো সম্পূৰ্ণকৈ কৰাৰ পিছত আপুনি বুজি উঠিব যে কোনটো কোম্পানীৰ শ্বেয়াৰ কেতিয়া কিমান দামত কিনিলে আপোনাৰ লাভ হোৱাৰ সম্ভাৱনা বেছি থাকিব। 

আন ধৰণেৰে ক’বলৈ গ’লে, আপুনি যদি এই সপ্তাহত অলপ শ্বেয়াৰ কিনিব বিচাৰিছে, তেনেহলে কোনটো কোম্পানীৰ শ্বেয়াৰ কিনাতো উচিত হ’ব সেইটো আপুনি নিজেই নিৰ্ণয় কৰিব পাৰিব। 

কৰ্চটোৰ পৰা ‘Long Term investor’ আৰু ‘Short Term trader’ দুয়ো ভাগ মানুহেই উপকৃত হ’ব। 

Short term trader সকলে যি ধৰণৰ trading-য়েই নকৰক কিয় (যেনে  Day Trading, Swing Trading, Momentum Trading, আদি) এই কৰ্চত শিকোৱা concepts আৰু practical examples বিলাকে অভূতপূৰ্ব সহায় কৰিব। 


Free Course image


তাৰ উপৰিও, আপুনি long side-ত trade কৰিবলৈ যেনেকৈ শিকিব, সেইদৰে short side-ত trade কৰিবলৈও শিকিব। গতিকে শ্বেয়াৰ মাৰ্কেট ওপৰলৈ গৈ থাকোতে আপুনি যেনেকৈ profit কৰিব পাৰিব, সেইদৰেই শ্বেয়াৰ মাৰ্কেট তললৈ নামি আহি থাকোঁতেও আপুনি profit কৰিব পাৰিব। 

শ্বেয়াৰ মাৰ্কেট তললৈ নামি আহি থাকোতেও যে profit কৰিব পাৰি সেইবিষয়ে যদি আপুনি বৰ্তমান নাজানে, চিন্তা নকৰিব, এই কৰ্চটোত সেইবিষয়েও শিকিব পাব !


তাৰোপৰি, এই কৰ্চটো সম্পূৰ্ণ কৰাৰ পিছত আপুনি তিনিওটা ধৰণেৰে trading কৰিবলৈ শিকি যাব:

(১) কোম্পানীবোৰৰ শ্বেয়াৰ-বিলাক trading কৰিবলৈ  শিকিব

(২) Futures Trading কৰিবলৈ শিকিব (NIFTY Futures, BANKNIFTY Futures, Share Futures of individual companies আদি)

(৩) Options Trading কৰিবলৈও শিকিব

আশাকৰোঁ ওপৰৰ কথাখিনিৰ পৰা আপুনি এটা ধাৰণা কৰিব পাৰিছে যে এই কৰ্চটোত কি কি শিকিব পাব, আৰু, কৰ্চটো সম্পূৰ্ণ কৰাৰ পিছত আপুনি শ্বেয়াৰ মাৰ্কেটৰ পৰা কেনে কেনে ধৰণেৰে profit কৰিব পাৰিব।


বৰ্তমান Pre-Launch অ’ফাৰ হিচাপে ক’ৰ্চটো মাত্ৰ 4,400 টকাত দি থকা হৈছে।  ক’ৰ্চটো কিনিবলৈ তলৰ নীলা ৰঙৰ ‘Buy @ 4,400 only’ বুটামটোত ক্লিক কৰি দিয়ক। 

এই বুটামটোত ক্লিক্ কৰিলে প্ৰথমতে আপোনাৰ ই-মেইল, ম’বাইল নং, আৰু নাম ভৰাবলৈ দিব; তাৰ পিছৰ step-ত pay কৰিবলৈ সুবিধা দিব। এনে কৰিলে কোনটো payment কোনে কৰিলে তাৰ হিচাব থাকি যায়। 

Paymentটো আপুনি ATM Card, Credit card, PhonePe, Google Pay, PayTM, NetBanking আদিৰে কৰিব পাৰিব। 

Payment কৰাত কিবা অসুবিধা পালে জনাব।


 


Please click on the above Blue Colored ‘Buy @4,400 only’ button to buy the course at Rs. 4,400/- only.  This is a special “Pre-Launch Offer” price of the course. The course will be available at this price for a few days only. So, hurry up and buy today itself.

সাৱধান:  তলৰ ‘Buy Now’ বুটামটোত ক্লিক্ নকৰিব। ইয়াত ক্লিক্ কৰিলে PayPal পাবগৈ যাৰ দ্বাৰা pay কৰিব নোৱাৰিব।


Pre-Requisite:

এই কৰ্চটো কৰাৰ আগতে আপোনাৰ শ্বেয়াৰ মাৰ্কেটৰ ওপৰত কিছু জ্ঞান থকাতো আৱশ্যকীয়।

এই জ্ঞানখিনি আপুনি মোৰ “Stock Market-ৰ পৰা Profit কৰক” নামৰ কৰ্চটোৰ ভিতৰত পাব। 

তাৰোপৰি, এই কৰ্চটোৰ কিছুমান lessons-ৰ ভিতৰত উক্ত কৰ্চটোত শিকোৱা concepts আৰু practical examples বিলাকৰ advanced concepts শিকোৱা হৈছে। 

সেইবাবে আপুনি উক্ত কৰ্চটো যদি কৰা নাই তেনেহলে কৰি লোৱাতো বাঞ্ছনীয়। 


 


 

User Avatar
An Educator and Social Thinker. Qualification: B.E. from BITS-PILANI in Electrical & Electronics Engineering. Director, Top-Gyan Edusolutions (OPC) Pvt. Ltd.

We welcome your comments (Please log-in to comment) or (You may use your Google, Facebook, Twitter or wordpress.com account)

Main Content