User Avatar

Stock Market-ৰ পৰা Profit কৰক

12 weeks
Beginner
44 lessons
0 quizzes
31 students
Stock market -ত হাজাৰ হাজাৰ মানুহে লাভ কৰাৰ কাহিনী আপোনালোকে শুনিছে নিশ্চয়। কিন্তু তাৰ লগতে লাখ লাখ মানুহে যে লোকচান খাইছে, সেই কাহিনী বোৰ বেছিকৈ প্ৰকাশ নহয়।
Stock market-ৰ বিষয়ে ভালকৈ নজনাকৈ ইয়াত কিনা-বেচা কৰি থাকিলে যিকোনো মানুহৰে লোকচান হে হ’ব; লাভ নহয়।

বহুজনৰ শিকাৰ আগ্ৰহ দেখি মই এই কৰ্চটো আৰম্ভ কৰিছোঁ। কৰ্চটোত লিখা কথাৰ ওপৰিও ভিডিঅ’ আছে

সপ্তাহত এটাকৈ ক্লাছ হ’ব। প্ৰথম ৮-টা ক্লাচতে নতুন সকলে বহুতো কথা শিকিব পাৰিব।

প্ৰতিটো ক্লাছ এঘন্টা মানৰ হ’ব।

সপ্তাহৰ যিকোনো দিনৰ যিকোনো‌ সময়তে আপোনাৰ সুবিধা অনুসৰি প্ৰায়বোৰ ক্লাছ  কৰিব পাৰিব। মাত্ৰ LIVE Class যেতিয়া হ’ব, সেই ক্লাছটো আমি ঠিক কৰি দিয়া সময়ত কৰিব লাগিব।‌ LIVE Class সাধাৰণতে সন্ধিয়াৰ পিছত হ’ব। গতিকে আপোনাৰ একো অসুবিধা হ’ব নালাগে।


এই ৮-টা ক্লাছৰ কৰ্চটোত মাত্ৰ Rs. 499/- খৰছ পৰিব। তাৰ পৰা লাভ কৰা জ্ঞান খিনিয়ে আপোনাৰ শ‌ শ বা হাজাৰ হাজাৰ টকা লোকচান হোৱাৰ পৰা বচাই দিব। তাৰোপৰি অলপ টকা লাভ হোৱাৰো সম্ভাৱনা থাকিব কৰ্চটোৰ দুমাহতে।

তাৰপিছত মাহৰ পিছত মাহ, বছৰৰ পিছত বছৰ, এই জ্ঞান খিনিয়ে আপোনাক লোকচানৰ পৰা বচাই থাকিব, আৰু, লাভ কৰিবলৈ সহায় কৰি থাকিব।
গতিকে এই 499 টকা খৰচ কৰিবলৈ আপোনাৰ মনত কোনো ধৰণৰ সংশয় বা দুখ লগাৰ কথা থাকিব নালাগে।
এই beginner’s level কৰ্চটো যদি ভাল পাই, তাৰ পৰা উপকৃত হয়, তেনেহলে ভৱিষ্যতে ইয়াতকৈ অলপ advanced ক’ৰ্চ কৰিব পাৰিব।
অ’‌, কবলৈ পাহৰিছো যে stock market আৰু mutual fund-ত invest কৰাৰ ক্ষেত্ৰত মোৰ ৩০ বছৰতকৈ বেছি হ’ল! আৰু বহুতো কিতাপ পঢ়িলো, বহুত ভিডিঅ’ চালো।
তাৰ পৰা আহৰণ কৰা আটাইতকৈ প্ৰয়োজনীয় জ্ঞান খিনি এই কৰ্চটোত থাকিব।

বৰ্তমান Early-Bird অ’ফাৰ হিচাপে ক’ৰ্চটো মাত্ৰ 199 টকাত দি থকা হৈছে।  ক’ৰ্চটো কিনিবলৈ তলৰ নীলা ৰঙৰ ‘Buy @ 199 only’ বুটামটোত ক্লিক কৰি দিয়ক। 

এই বুটামটোত ক্লিক্ কৰিলে প্ৰথমতে আপোনাৰ ই-মেইল, ম’বাইল নং, আৰু নাম ভৰাবলৈ দিব; তাৰ পিছৰ step-ত pay কৰিবলৈ সুবিধা দিব। এনে কৰিলে কোনটো payment কোনে কৰিলে তাৰ হিচাব থাকি যায়। 

Paymentটো আপুনি ATM Card, Credit card, PhonePe, Google Pay, PayTM, NetBanking আদিৰে কৰিব পাৰিব। 

Payment কৰাত কিবা অসুবিধা পালে জনাব।

Please click on the above Blue Colored ‘Buy @ 199 only’ button to buy the course at Rs. 199/- only.  This is a special Early-Bird Offer price of the course. The course will be available at this price for a few days only. So, hurry up and buy today itself.

সাৱধান:  তলৰ ‘Buy Now’ বুটামটোত ক্লিক্ নকৰিব। ইয়াত ক্লিক্ কৰিলে PayPal পাবগৈ যাৰ দ্বাৰা pay কৰিব নোৱাৰিব।

User Avatar
An Educator and Social Thinker. Qualification: B.E. from BITS-PILANI in Electrical & Electronics Engineering. Director, Top-Gyan Edusolutions (OPC) Pvt. Ltd.

2 thoughts on “Stock Market-ৰ পৰা Profit কৰক

  1. RAM CHANDRA DAS

    আপোনাৰ ৩০ বছৰৰ অভিজ্ঞতাই দিয়া ৱ্যবহাৰিক জ্ঞানখিনি আমাৰ দৰে নৱাগত সকলৰ বাবে নিশ্চয় আশীৰ্বাদ স্বৰূপ হ’ব ৷ মই আশাবাদী ৷…..

    Reply
  2. Amrit jyoti Sarma

    ভৰালী ছাৰ, সচাই আপুনি অতি সুন্দৰকৈ বুজাইছে। ইমান সহজ সৰল ভাষাত বুজাইছে বাবে বুজি পোৱাত অলপো জটিলতা অনুভৱ নাই কৰা। বহুত বহুত কৃতজ্ঞতা জনালো।

    Reply

We welcome your comments (Please log-in to comment) or (You may use your Google, Facebook, Twitter or wordpress.com account)

Main Content