বহুজনৰ শিকাৰ আগ্ৰহ দেখি মই এই কৰ্চটো আৰম্ভ কৰিছোঁ। কৰ্চটোত লিখা কথাৰ ওপৰিও ভিডিঅ’ আছে।
প্ৰতিটো ক্লাছ এঘন্টা মানৰ হ’ব।
সপ্তাহৰ যিকোনো দিনৰ যিকোনো সময়তে আপোনাৰ সুবিধা অনুসৰি প্ৰায়বোৰ ক্লাছ কৰিব পাৰিব। মাত্ৰ LIVE Class যেতিয়া হ’ব, সেই ক্লাছটো আমি ঠিক কৰি দিয়া সময়ত কৰিব লাগিব। LIVE Class সাধাৰণতে সন্ধিয়াৰ পিছত হ’ব। গতিকে আপোনাৰ একো অসুবিধা হ’ব নালাগে।
এই ৮-টা ক্লাছৰ কৰ্চটোত মাত্ৰ Rs. 499/- খৰছ পৰিব। তাৰ পৰা লাভ কৰা জ্ঞান খিনিয়ে আপোনাৰ শ শ বা হাজাৰ হাজাৰ টকা লোকচান হোৱাৰ পৰা বচাই দিব। তাৰোপৰি অলপ টকা লাভ হোৱাৰো সম্ভাৱনা থাকিব কৰ্চটোৰ দুমাহতে।
বৰ্তমান Early-Bird অ’ফাৰ হিচাপে ক’ৰ্চটো মাত্ৰ 199 টকাত দি থকা হৈছে। ক’ৰ্চটো কিনিবলৈ তলৰ নীলা ৰঙৰ ‘Buy @ 199 only’ বুটামটোত ক্লিক কৰি দিয়ক।
এই বুটামটোত ক্লিক্ কৰিলে প্ৰথমতে আপোনাৰ ই-মেইল, ম’বাইল নং, আৰু নাম ভৰাবলৈ দিব; তাৰ পিছৰ step-ত pay কৰিবলৈ সুবিধা দিব। এনে কৰিলে কোনটো payment কোনে কৰিলে তাৰ হিচাব থাকি যায়।
Paymentটো আপুনি ATM Card, Credit card, PhonePe, Google Pay, PayTM, NetBanking আদিৰে কৰিব পাৰিব।
Payment কৰাত কিবা অসুবিধা পালে জনাব।
Please click on the above Blue Colored ‘Buy @ 199 only’ button to buy the course at Rs. 199/- only. This is a special Early-Bird Offer price of the course. The course will be available at this price for a few days only. So, hurry up and buy today itself.
সাৱধান: তলৰ ‘Buy Now’ বুটামটোত ক্লিক্ নকৰিব। ইয়াত ক্লিক্ কৰিলে PayPal পাবগৈ যাৰ দ্বাৰা pay কৰিব নোৱাৰিব।
আপোনাৰ ৩০ বছৰৰ অভিজ্ঞতাই দিয়া ৱ্যবহাৰিক জ্ঞানখিনি আমাৰ দৰে নৱাগত সকলৰ বাবে নিশ্চয় আশীৰ্বাদ স্বৰূপ হ’ব ৷ মই আশাবাদী ৷…..
ভৰালী ছাৰ, সচাই আপুনি অতি সুন্দৰকৈ বুজাইছে। ইমান সহজ সৰল ভাষাত বুজাইছে বাবে বুজি পোৱাত অলপো জটিলতা অনুভৱ নাই কৰা। বহুত বহুত কৃতজ্ঞতা জনালো।
Sir, today I completed ‘Stock Market ৰ পৰা Profit কৰক’ course. It was really an eye opener. Got to learn a lot. I am interested in your proposed FA and TA courses.
Rupam Kumar Devsarma
Nalbari