NEET-ৰ ক’ৰ্চ অসমীয়াত শিকা
কথাবোৰ অসমীয়াত বুজোৱা হৈছে,
কিন্তু Physics-ৰ Terms-বোৰ English-তে ৰখা হৈছে

ক’ৰ্চবোৰ বা কিমান ভাল ???
How good are the courses?

ঠিকেই চিন্তা কৰিছা!!!
তলৰ ভিডিঅ’ দুটা চাই লোৱাচোন। আমাৰ ক্লাছ বোৰৰ এটা idea পাবা। এই ভিডিঅ’ কেইটা ‘Centre of Mass’ topic-ৰ ওপৰত।
Good question!!!
Watch the following videos to get an idea on ‘how we teach’. These videos are from the topic ‘Centre of Mass’.
Numerical problems solve কৰিবলৈ আমি কেনেকৈ শিকাইছো চাবলৈ এই লিংকটোত ক্লিক্ কৰা।
To view ‘Numerical Problem Solving’ classes, click here.
FREE-ত আৰু লাগে ?
ঠিক আছে, তলৰ ক’ৰ্চটো free-ত শিকা।
Want more for free?
Okay, do the following course ‘Centre of Mass for NEET’ for free.

এই ক’ৰ্চটো FREE-তে শিকা
যদি ভাল পোৱা, তেনেহ’লেহে আন ক’ৰ্চবোৰ কিনিবা।
গতিকে তোমাৰ এতিয়া এটকাও খৰছ নহয়! বঢ়িয়া কথা নহয় জানো?
ক’ৰ্চটো কেনেকৈ FREE-তে কিনিব পাৰি ?
ওপৰৰ লিংকটোত ক্লিক্ কৰিলে তোমাৰ নাম, ই-মেইল আৰু ম’বাইল নম্বৰ সুধিব। সেয়া ব্যৱহাৰ কৰি আমি তোমাৰ বাবে username আৰু password বনাম, আৰু, ই-মেইল বা ম’বাইলৰ যোগেদি তোমাক খবৰ দিম। আৰু এটা লিংক পঠিয়াই দিম যাৰ দ্বাৰা তুমি ক’ৰ্চটো কৰিবলৈ/পঢ়িবলৈ আৰম্ভ কৰিব পাৰিবা।
এটকাও খৰছ নকৰাকৈ এটা সম্পূৰ্ণ ক’ৰ্চ কৰিব পাৰিবা।
কেনে হ’ব?
#neet #class12 #LearnEasilyFromAB #LearnEasilyDotCom