Stock Market-ৰ পৰা Profit কৰক

Stock Market-ৰ পৰা Profit কৰক

Stock market -ত হাজাৰ হাজাৰ মানুহে লাভ কৰাৰ কাহিনী আপোনালোকে শুনিছে নিশ্চয়। কিন্তু তাৰ লগতে লাখ লাখ মানুহে যে লোকচান খাইছে, সেই কাহিনী বোৰ বেছিকৈ প্ৰকাশ নহয়।

Stock market-ৰ বিষয়ে ভালকৈ নজনাকৈ ইয়াত কিনা-বেচা কৰি থাকিলে যিকোনো মানুহৰে লোকচান হে হ’ব; লাভ নহয়।

Stock Market Course Image

এই কৰ্চটোৰ পৰা নতুন সকলে বহুতো কথা শিকিব পাৰিব।

কৰ্চটোত লিখা কথাৰ ওপৰিও ভিডিঅ’ lessons থাকিব।

এই কৰ্চটোত বৰ্তমান মাত্ৰ Rs. 236/- খৰছ পৰিব।

Full Course Fee is Rs. 499/-

তাৰ পৰা লাভ কৰা জ্ঞান খিনিয়ে আপোনাৰ শ‌ শ বা হাজাৰ হাজাৰ টকা লোকচান হোৱাৰ পৰা বচাই দিব। তাৰোপৰি অলপ টকা লাভ হোৱাৰো সম্ভাৱনা থাকিব কৰ্চটোৰ দুমাহতে।

তাৰপিছত মাহৰ পিছত মাহ, বছৰৰ পিছত বছৰ, এই জ্ঞানখিনিয়ে আপোনাক লোকচানৰ পৰা বচাই থাকিব, আৰু, লাভ কৰিবলৈ সহায় কৰি থাকিব।

গতিকে এই 236/- টকা খৰচ কৰিবলৈ আপোনাৰ মনত কোনো ধৰণৰ সংশয় বা দুখ লগাৰ কথা থাকিব নালাগে।

এই beginner’s level কৰ্চটো যদি ভাল পাই, তাৰ পৰা উপকৃত হয়, তেনেহলে ভৱিষ্যতে ইয়াতকৈ অলপ advanced ক’ৰ্চ কৰিব পাৰিব।


ক’ৰ্চটো কিনিবলৈ তলৰ নীলা ৰঙৰ ‘Buy @ 236 only’ বুটামটোত ক্লিক কৰি দিয়ক। এই বুটামটোত ক্লিক্ কৰিলে প্ৰথমতে আপোনাৰ ই-মেইল, ম’বাইল নং, আৰু নাম ভৰাবলৈ দিব; তাৰ পিছৰ step-ত pay কৰিবলৈ সুবিধা দিব। এনে কৰিলে কোনটো payment কোনে কৰিলে তাৰ হিচাব থাকি যায়। 

Paymentটো আপুনি ATM Card, Credit card, PhonePe, Google Pay, PayTM, NetBanking আদিৰে কৰিব পাৰিব। 

Payment কৰাত কিবা অসুবিধা পালে জনাব।


অ’‌, কবলৈ পাহৰিছো যে stock market আৰু mutual fund-ত invest কৰাৰ ক্ষেত্ৰত মোৰ ৩০ বছৰতকৈ বেছি হ’ল! আৰু বহুতো কিতাপ পঢ়িলো, বহুত ভিডিঅ’ চালো।

তাৰ পৰা আহৰণ কৰা আটাইতকৈ প্ৰয়োজনীয় জ্ঞান খিনি এই কৰ্চটোত থাকিব।


%d bloggers like this: