এই কৰ্চটোৰ জৰিয়তে  Stock Market-ৰ বিষয়ে শুদ্ধকৈ শিকি ইয়াৰ পৰা লাভ কৰক; নহ’লে লোকচান হোৱাৰহে সম্ভাৱনা বেছি থাকে।

শ্বেয়াৰ মাৰ্কেটৰ পৰা consistently আৰু বেছিকৈ লাভ কৰিবলৈ হ’লে ইয়াৰ লগত জড়িত Fundamental Analysis আৰু Technical Analysis জনাটো অতি আৱশ্যকীয়।