Technical Analysis-ত প্ৰথম খোজ

Technical Analysis-ত প্ৰথম খোজ Course

শ্বেয়াৰ মাৰ্কেটৰ পৰা consistently আৰু বেছিকৈ লাভ কৰিবলৈ হ’লে ইয়াৰ লগত জড়িত Technical Analysis জনাটো অতি আৱশ্যকীয়। এই কৰ্চটোত এই বিষয়ে একেবাৰে প্ৰথমৰ পৰা শিকোৱা হৈছে।‌

কৰ্চটো কৰি আপোনাৰ যদি Technical Analysis ভাল লাগে, ইয়াৰ পৰা শ্বেয়াৰ মাৰ্কেটত বেছিকৈ profit কৰিব পৰা হোৱা যেন লাগে, তেনেহলে এই বিষয়ৰ advanced course-ও কৰি ল’ব পাৰিব।


Course Image of F&TA Asm

কৰ্চটো সম্পূৰ্ণকৈ কৰাৰ পিছত আপুনি বুজি উঠিব যে কোনটো কোম্পানীৰ শ্বেয়াৰ কেতিয়া, কিমান দামত কিনিলে আপোনাৰ লাভ হোৱাৰ সম্ভাৱনা বেছি থাকিব। 

আন ধৰণেৰে ক’বলৈ গ’লে, আপুনি যদি এই সপ্তাহত অলপ শ্বেয়াৰ কিনিব বিচাৰিছে, তেনেহলে কোনটো কোম্পানীৰ শ্বেয়াৰ কিনাতো উচিত হ’ব সেইটো আপুনি নিজেই নিৰ্ণয় কৰিব পাৰিব। 

কৰ্চটোৰ পৰা ‘long term investor’ আৰু ‘short term trader’ দুয়ো ভাগ মানুহেই উপকৃত হ’ব। 

Short term trader সকলে যি ধৰণৰ trading-য়েই নকৰক কিয় (যেনে  Day Trading, Swing Trading, Momentum Trading, আদি) এই কৰ্চত শিকোৱা concepts আৰু practical examples বিলাকে অভূতপূৰ্ব সহায় কৰিব।


Course Content

  • Introduction
  • TREND and TRENDLINES
  • Different Time Frames
  • CHART Patterns
  • Support and Resistance
  • Technical Indicators : RSI, MACD, Ichimoku Cloud etc.
  • Short-cut to Fundamental Analysis

ক’ৰ্চটো কিনিবলৈ তলৰ নীলা ৰঙৰ ‘Buy @ 1,770 only’ বুটামটোত ক্লিক কৰি দিয়ক।

বৰ্তমান Special Offer হিচাপে ক’ৰ্চটো মাত্ৰ Rs. 1,770/- টকাত দি থকা হৈছে।

Normal Course Fee is Rs. 3,540/-

এই বুটামটোত ক্লিক্ কৰিলে প্ৰথমতে আপোনাৰ ই-মেইল, ম’বাইল নং, আৰু নাম ভৰাবলৈ দিব; তাৰ পিছৰ step-ত payment কৰিবলৈ সুবিধা দিব। এনে কৰিলে কোনটো payment কোনে কৰিলে তাৰ হিচাব থাকি যায়। 

Paymentটো আপুনি ATM Card, Credit card, PhonePe, Google Pay, PayTM, NetBanking আদিৰে কৰিব পাৰিব। 

Payment কৰাত কিবা অসুবিধা পালে জনাব।

email: bharali.anupal@gmail.com

WhatsApp and Mobile: 93653 68668