ইংৰাজীৰ  Alphabets বিলাক কেনেকৈ উচ্চাৰণ কৰিব লাগে

A E I O U Pronunciation

ইংৰাজীৰ  Alphabets বিলাক কেনেকৈ উচ্চাৰণ কৰিব লাগে তলৰ ভিডিঅ’ কেইটাত বুজোৱা হৈছে।‌


ইংৰাজী ভাষাৰ A আখৰটো কেনেকৈ উচ্চাৰণ কৰিব লাগে এই ভিডিঅ’টোত অসমীয়াত বুজোৱা হৈছে।


ইংৰাজী ভাষাৰ B আখৰটো কেনেকৈ উচ্চাৰণ কৰিব লাগে এই ভিডিঅ’টোত অসমীয়াত বুজোৱা হৈছে।


ইংৰাজী ভাষাৰ C আখৰটো কেনেকৈ উচ্চাৰণ কৰিব লাগে এই ভিডিঅ’টোত অসমীয়াত বুজোৱা হৈছে।


D আখৰটো কেনেকৈ উচ্চাৰণ কৰিব লাগে :


Spoken English-ৰ ওপৰত এটা ভিডিঅ’ চিৰিজ বনাবলৈ আৰম্ভ কৰিছোঁ। 

অসমীয়াত আমি কোৱা কথাবোৰ ইংৰাজীত কেনেকৈ কোৱা হয় সেইখিনি শিকোৱাৰ উপৰিও ইংৰাজী শব্দবোৰৰ উচ্চাৰণ কেনেকৈ কৰিব লাগে সেইটোও শিকোৱা হ’ব, যাতে শুনা জনে বুজি পাই কি কোৱা হৈছে। 

ভিডিঅ’বোৰ YouTube-ৰ  

“Learn Easily in Assamese” 

নামৰ চেনেলত আপলোড কৰি যাম। সেইটো চেনেল লৈ গৈ subscribe কৰি ল’লে সুবিধা পাব।‌

তাৰ বাবে এই লিংকটোত ক্লিক কৰক।