কোন মাহত কিহৰ খেতি

Image of Rooftop Gardening
এতিয়া মই আলোচনা কৰিব বিছাৰিছো যে বছৰটোৰ কোনটো মাহত কিহৰ খেতি আৰম্ভ কৰিব পাৰি।

আমি সৰ্ব-সাধাৰণ ৰাইজে সাধাৰণতে জানো যে বছৰৰ কোনটো মাহত কি কি পাচলি বজাৰত কিনিব পোৱা যায়; কোনবিধ পাচলিৰ season কেতিয়া, অৰ্থাৎ কোনো মাহত সহজতে কিনিবলৈ পোৱা যায়। 

কিন্তু আমি সাধাৰণতে নাজানো যে কোন মাহত কোনবিধ পাচলিৰ গুটি সিচিব বা পুলি লগাব লাগে।

এই পৃষ্ঠাটোত এইবিষয়ে আলোচনা কৰিব বিছাৰিছো।


কোন মাহত কিহৰ খেতি আৰম্ভ কৰিব পাৰি:

  • জানুৱাৰী মাহত
  • ফেব্ৰুৱাৰী মাহত
  • মাৰ্চ মাহত
  • এপ্ৰিল মাহত
  • মে’ মাহত