Assamese Blog HomePage

অসমীয়া ভাষাত লিখা Blog বিলাক এই পেজৰ পৰা বিচাৰি পাব। আমাৰ ব্লগবোৰ বিভিন্ন বিষয়ৰ ওপৰত হয় – শিক্ষা, পৰীক্ষাৰ প্ৰস্তুতি, পলিটিক্স, স্পৰ্টছ,  Current Affairs, ঘৰতে কৰা খেতি, আদি।


Latest Blogs



 স্পৰ্টছ সমন্ধীয় Blogs ইয়াত পাব


  • ৰিয়ান পৰাগৰ সুন্দৰ Captaincy

    4-April-2026 তাৰিখৰ Gujarat Titans-ৰ বিৰুদ্ধে IPL-ৰ খেলত ৰিয়ান পৰাগে ঠাণ্ডা মগজুৰে শুদ্ধ শুদ্ধ নিৰ্ণয় ল’লে crucial সময়ত। ৰিয়ানৰ বাবেহে IPL খেল চাওঁ; বাকীবোৰ match-ৰ highlight হে চাওঁ । Ravi Shashtri- এও ৰিয়ানৰ captaincy-ক প্ৰশংসা কৰিছে। Keep it up Riyan. #RiyanParag #RajasthanRoyals


পলিটিক্স সমন্ধীয় Blogs ইয়াত পাব


  • কংগ্ৰেছৰ চৰকাৰ অসমীয়া জাতিৰ বাবে ভাল হ’ব নে?

    14-মাৰ্চৰ পষ্টত লিখিছিলো যে – “এইবাৰ নিৰ্বাচনত কোনটো দল জিকি চৰকাৰ বনালে অসমীয়া জাতিৰ ভাল হ’ব বাৰু? … ইয়াৰ বাবে প্ৰতিটো দলৰ বিষয়ে বেলেগ বেলেগ কৈ আলোচনা কৰিম।” 28-মাৰ্চৰ পষ্টত AIUDF দলৰ বিষয়ে আলোচনা কৰিছিলো।  আজি কংগ্ৰেছৰ বিষয়ে আলোচনা কৰা যাৱক। আমি সকলোৱেই জানো যে কংগ্ৰেছ এটা বহুত পুৰণা পাৰ্টি। ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ দিনৰে পৰা…

  • AIUDF দলৰ চৰকাৰ অসমীয়া জাতিৰ বাবে ভাল হ’ব নে?

    14-মাৰ্চৰ পষ্টত লিখিছিলো যে – “এইবাৰ নিৰ্বাচনত কোনটো দল জিকি চৰকাৰ বনালে অসমীয়া জাতিৰ ভাল হ’ব বাৰু? … ইয়াৰ বাবে প্ৰতিটো দলৰ বিষয়ে বেলেগ বেলেগ কৈ আলোচনা কৰিম।” আজি AIUDF দলৰ বিষয়ে আলোচনা কৰা যাৱক। AIUDF দলটো গঠন হৈছিল বাংলাদেশৰ পৰা অসমলৈ অহা মুছলমান সকলৰ সুৰক্ষা আৰু উন্নতিৰ বাবে। এই দলৰ প্ৰধান উদ্দেশ্য হৈছে অসমত…

  • কোন দলৰ চৰকাৰ অসমীয়া জাতিৰ বাবে ভাল হ’ব বাৰু?

    Date: 14-March-2025 অসমত বিধানসভা নিৰ্বাচন আহি আছে।‌ সৰু-ডাঙৰ ৰাজনৈতিক দল সমূহ হৈছে:BJPAGPCongressAIUDFঅখিল গগৈৰ ‘ৰাইজৰ দল’লুৰিণজ্যোতি গগৈৰ ‘অসম জাতীয় পৰিষদ’CPI / CPMBodoland People’s Frontআদি । ইয়াৰ ভিতৰত BJP, AGP আৰু BPF দলকেইটাই মিত্ৰতা কৰিছে। এইবাৰ নিৰ্বাচনত কোন জিকি চৰকাৰ বনালে অসমীয়া জাতিৰ ভাল হ’ব বাৰু? ইয়াৰ উত্তৰ পাবলৈ হ’লে দলবিলাকৰ বিষয়ে বেলেগে বেলেগে আলোচনা কৰা ভাল…


শ্বেয়াৰ বজাৰ সমন্ধীয় Blogs ইয়াত পাব


  • Fundamental Analysis আৰু আন দিশ

    ষ্ট’ক মাৰ্কেটত শ্বেয়াৰ কিনা-বেচা কৰোতে আমি Fundamental Analysis ব্যৱহাৰ কৰাৰ লগতে আন আন দিশ কিছুমানো চাব লাগে।  এই বিষয়ৰ ওপৰত মোৰ এটা ভিডিঅ’ত অলপ আলোচনা কৰা হৈছে। এই ভিডিঅ’টো মোৰ “Stock Market-ৰ পৰা Profit কৰক” নামৰ কৰ্চৰ এটা অংশ। ভিডিঅ’টো চালে মোৰ কৰ্চৰ ক্লাছবোৰ কেনে ধৰণৰ হয় সেই বিষয়েও গম পাব।


ঘৰৰ চাদত খেতি‘ সমন্ধীয় Blogs ইয়াত পাব


No Blog on ঘৰৰ চাদত খেতি for now.