Crowd at AIUDF political rally waving flags and listening to speakers.

AIUDF দলৰ চৰকাৰ অসমীয়া জাতিৰ বাবে ভাল হ’ব নে?

14-মাৰ্চৰ পষ্টত লিখিছিলো যে –

“এইবাৰ নিৰ্বাচনত কোনটো দল জিকি চৰকাৰ বনালে অসমীয়া জাতিৰ ভাল হ’ব বাৰু? … ইয়াৰ বাবে প্ৰতিটো দলৰ বিষয়ে বেলেগ বেলেগ কৈ আলোচনা কৰিম।”

আজি AIUDF দলৰ বিষয়ে আলোচনা কৰা যাৱক।

AIUDF দলটো গঠন হৈছিল বাংলাদেশৰ পৰা অসমলৈ অহা মুছলমান সকলৰ সুৰক্ষা আৰু উন্নতিৰ বাবে। এই দলৰ প্ৰধান উদ্দেশ্য হৈছে অসমত বাংলাদেশী  মুছলমানৰ আধিপত্য বিস্তাৰ কৰা।

এইক্ষেত্ৰত দলটো বহুত পৰিমাণে সফলো হৈছে। সেইবাবেই এই দলৰ কোনো কোনো নেতাই কেইবছৰমানৰ পৰা কবলৈ আৰম্ভ কৰিছিল যে –

* আমাৰ চৰকাৰ হ’লে সকলো অসমীয়াই লুঙী পিন্ধিব লাগিব।

* কাশ্মীৰৰ নিচিনাকৈ অসমৰ পৰা হিন্দুবিলাকক খেদি পঠিয়াব লাগে।

ইত্যাদি নানা ধৰণৰ কথা।

ইয়াৰ পৰা এইটো স্পষ্ট যে এই দলটো খিলঞ্জীয়া অসমীয়াসকলৰ বিৰুদ্ধে কাম কৰে।  খিলঞ্জীয়া অসমীয়াসকলৰ সামাজিক নীতি-নিয়ম, আচাৰ-ব্যৱহাৰ, সংস্কৃতি আদি সকলো ধংস কৰি, তাৰ ঠাইত বাংলাদেশী সংস্কৃতি জাপি দিবলৈ এই দলটোৱে চেষ্টা কৰি আছে।

নিজৰ লক্ষ্য অনুসৰি দলটোৱে ঠিকেই কাম কৰি আছে। কিন্ত সেই লক্ষ্য হৈছে অসমীয়া জাতিটোক মাৰি পেলোৱা, অসমীয়া জাতিটোক নিঃশেষ কৰি দিয়া।

গতিকে, অসমীয়া জাতিটোক জীয়াই ৰাখিবলৈ হ’লে, এই AIUDF দলটোক ভোট দিব নোৱাৰি। এই দলটোক চৰকাৰ গঠন কৰিব দিব নোৱাৰি।

আনকি এই দলটোৰ সহায় লৈ চৰকাৰ গঠন কৰিবলৈ বিচৰা আন দলকো ভোট দিব নোৱাৰি।

প্ৰতিজন অসমীয়াই এই কথাটো উপলব্ধি কৰা উচিত।

বৰ্তমান সময়ত এইটোৱেই হৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ কথা।

Click here to comment

We value your feedback.
How many stars will you give to this post?
[Total: 1 Average: 5]

Comments

Please give your feedback on the content:

Discover more from LEARN EASILY

Subscribe now to keep reading and get access to the full archive.

Continue reading