4-April-2026 তাৰিখৰ Gujarat Titans-ৰ বিৰুদ্ধে IPL-ৰ খেলত ৰিয়ান পৰাগে ঠাণ্ডা মগজুৰে শুদ্ধ শুদ্ধ নিৰ্ণয় ল’লে crucial সময়ত। ৰিয়ানৰ বাবেহে IPL খেল চাওঁ; বাকীবোৰ match-ৰ highlight হে চাওঁ ।
Ravi Shashtri- এও ৰিয়ানৰ captaincy-ক প্ৰশংসা কৰিছে।
Keep it up Riyan.
#RiyanParag #RajasthanRoyals
Click here to write a comment
We value your feedback.
How many stars will you give to this post?
[Total: 2 Average: 5]

Please give your feedback on the content: