Candlestick Charts – an important tool for More Profit

Technical Analysis-ৰ এবিধ প্ৰধান আহিলা হৈছে Candlestick charts। সাধাৰণ line chart এখনকৈ (য’ত এডাল line-য়েৰে অকা হয়) এই candlestick Charts বহুত বেছি শক্তিশালী আহিলা। 

Candlestick Charts জাপানীজ সকলে আৱিষ্কাৰ কৰিছিল। আৰু আজিকালি পৃথিৱীৰ সকলোৱে ব্যৱহাৰ কৰে। 

এই chart খনৰ পৰা শ্বেয়াৰৰ দামৰ উঠা-নমাটো দেখা পোৱাৰ ওপৰিও শ্বেয়াৰ কিনা-বেচা কৰি থকা সকলৰ মনোভাৱবোৰ (psychology of the buyers & sellers in the market) বুজিব পৰা যায়। সেয়ে নিজৰ কিনা বা বেচাৰ সিদ্ধান্তবোৰ সঠিককৈ ল’ব পৰা যায়। সেয়ে শ্বেয়াৰ বজাৰত লোকচান হোৱাৰ সলনি লাভ কৰিব পৰা যায়। 

তাৰোপৰি, candlestick chart-এ আন বহুতো technical indicators-তকৈ আগতে কিনা বা বেচাৰ signal দিয়ে। সেয়ে এইটো ব্যৱহাৰ কৰি আমি বেছি পৰিমাণৰ লাভ কৰিব পাৰো। 

Candlestick Chart–খন বহুত candle দি গঠিত হয়। Candle এডাল দেখাত কেনেকুৱা আৰু তাৰ বিভিন্ন অংশবোৰৰ নাম এই ছবিখনত দেখুওৱা হৈছে।

এই candle এডাল বিভিন্ন ধৰণৰ হ’ব পাৰে। তাৰোপৰি, দুডাল বা তিনিডাল candle মিলি কিছুমান pattern তৈয়াৰ হয়। 

এইবিষয়ে শিকিবলৈ তলৰ লিংকটোত ক্লিক কৰি দিব।

Basic Candlestick Patterns


Please give your feedback on the content: