eGuide: পৰীক্ষাৰ বাবে কেনেকৈ পঢ়িব লাগে
এই অ’ন-লাইন ক’ৰ্চটো “পৰীক্ষাৰ বাবে কেনেকৈ পঢ়িব লাগে” নামৰ অতি জনপ্ৰিয় আৰু বহু প্ৰশংসিত কিতাপখনৰ ভিত্তিত প্ৰস্তুত কৰা হৈছে। এইটো দৰাচলতে এটা “ক’ৰ্চ” নহয়; সেই কিতাপখন অ’ন-লাইনত পঢ়াৰ এটা সুবিধা।
অৱশ্যে, কিতাপখনত সন্নিবিষ্ট কৰিব নোৱাৰা কিছুমান বস্তু, যেনে ভিডিঅ’ আদি, ইয়াত সন্নিৱিষ্ট কৰা হৈছে বা ভবিষ্যতে কৰা হ’ব। তাৰ উপৰিও, পাঠকসকলে বা ছাত্ৰ-ছাত্ৰী সকলে প্ৰশ্ন সোধাৰ সুবিধাটোও ইয়াত পাব। সেইবাবে এই “ক’ৰ্চ”টো কিতাপখনতকৈও লাভদায়ক হ’ব বুলি আশা কৰিছো।

0
Average Rating
Choose Which Reviews You Want to See:
5 Stars
0% (0)
4 Stars
0% (0)
3 Stars
0% (0)
2 Stars
0% (0)
1 Stars
0% (0)
We value your feedback.
How many stars will you give to this post?
[Total: 0 Average: 0]
All Reviews
(0)