“Fundamental আৰু Technical Analysis” কৰ্চ কৰি থকা সকলৰ বাবে:
Daily chart-খন চালে দেখা পোৱা যায় যে Inverted Head & Shoulders pattern-টো form হৈছে।

কৰ্চত শিকি অহা মতে এইটো এটা শক্তিশালী trend reversal pattern । এই pattern-টো form হ’লে downtrend শেষ হৈ uptrend আৰম্ভ হোৱাৰ সম্ভাৱনা বহুত বেছি থাকে।
তাৰোপৰি, daily RSI-ও 50-ৰ ওপৰত আছে। Weekly RSI-য়ে 20 level-ৰ ওচৰত ‘W’ shape-টো form কৰি এতিয়া ওপৰলৈ উঠি আছে। এইটো bullish.
শ্বেয়াৰৰ দামে weekly chart-ৰ down trendline ডাল break কৰি ওপৰলৈ উঠিছে। আৰু এটা bullish signal.

এই গোটেই কেইটাৰ পৰা bullish signal পাই আমি সিদ্ধান্ত ল’ব পাৰো যে এতিয়া এই শ্বেয়াৰটো কিনা উচিত।