Description
Stock market -ত হাজাৰ হাজাৰ মানুহে লাভ কৰাৰ কাহিনী আপোনালোকে শুনিছে নিশ্চয়। কিন্তু তাৰ লগতে লাখ লাখ মানুহে যে লোকচান খাইছে, সেই কাহিনী বোৰ বেছিকৈ প্ৰকাশ নহয়।
Stock market-ৰ বিষয়ে ভালকৈ নজনাকৈ ইয়াত কিনা-বেচা কৰি থাকিলে যিকোনো মানুহৰে লোকচান হে হ’ব; লাভ নহয়।
গ্ৰুপৰ বহু কেইজন সদস্যৰ শিকাৰ আগ্ৰহ দেখি মই এটা কৰ্চ আৰম্ভ কৰিম বুলি ভাবিছোঁ। কৰ্চটোত লিখা কথাৰ ওপৰিও ভিডিঅ’ থাকিব।
We value your feedback.
How many stars will you give to this post?
[Total: 0 Average: 0]

