Bought BIOCON shares

Bought Shares of BIOCON

#stockmarket  #nifty50   #sensex   #zerodha  #groww

[Published on September 5, 2023]

যোৱা সপ্তাহত BIOCON-ৰ শ্বেয়াৰ অলপ কিনিলো। দাম পৰিল @260/- প্ৰায়।

মোৰ analysis মতে এই শ্বেয়াৰটো এবছৰ মান বাঢ়ি থাকিব। Rs. 330/- মান পাবগৈ লাগে। গতিকে 25% মান লাভ হ’ব লাগে এবছৰত।

দুমাহ মানৰ আগতে কিনা NATCOPHARMA বৰ্তমান প্ৰায় 30% profit-ত আছে। 

জানুৱাৰী মাহত কিনা Zydus LifeScience শ্বেয়াৰটো প্ৰায় 50% profit-ত আছে।

মই কি ধৰণেৰে fundamental আৰু Technical Analysis কৰি শ্বেয়াৰবোৰ কিনো সেইটো শিকিব বিছাৰিলে মোৰ কৰ্চ কৰি ল’ব পাৰে।

এই Online কৰ্চটোৰ লিংকটো দিছো:


About BIOCON LIMITED


By Anupal Bharali

An Educator and Social Thinker. Qualification: B.E. from BITS-PILANI in Electrical & Electronics Engineering. Director, Top-Gyan Edusolutions (OPC) Pvt. Ltd.

Please give your feedback on the content:

Discover more from LEARN EASILY

Subscribe now to keep reading and get access to the full archive.

Continue reading