Spoken English-ৰ ওপৰত এটা ভিডিঅ’ চিৰিজ বনাবলৈ আৰম্ভ কৰিছোঁ।
অসমীয়াত আমি কোৱা কথাবোৰ ইংৰাজীত কেনেকৈ কোৱা হয় সেইখিনি শিকোৱাৰ উপৰিও ইংৰাজী শব্দবোৰৰ উচ্চাৰণ কেনেকৈ কৰিব লাগে সেইটোও শিকোৱা হ’ব। যাতে শুনা জনে বুজি পাই কি কোৱা হৈছে।
ইংৰাজীৰ Alphabets বিলাক কেনেকৈ উচ্চাৰণ কৰিব লাগে