Share Market courses in Assamese
শ্বেয়াৰ মাৰ্কেটত কিনা-বেচা কৰি লাভ কৰি থাকিবলৈ হ’লে আমাক এটা process লাগিব কোনটো শ্বেয়াৰ কেতিয়া কিনিম, কেতিয়া বিক্ৰী কৰিম এই সিদ্ধান্তবোৰ ল’বলৈ। এই বিষয়ৰ ওপৰত আমাৰ বৰ্তমান চাৰিটা কৰ্চ আছে:
- Stock Market-ৰ পৰা Profit কৰক
- Technical Analysis-ত প্ৰথম খোজ
- Technical Analysis-ত দ্বিতীয় খোজ
- Technical Analysis-ত তৃতীয় খোজ
১) Stock Market-ৰ পৰা Profit কৰক:

আপুনি যদি শ্বেয়াৰ মাৰ্কেটৰ বিষয়ে একেবাৰে প্ৰথমৰ পৰা শিকিব বিচাৰিছে, তেনেহলে এই কৰ্চটো আপোনাৰ বাবে।
এই কৰ্চটোৰ বিষয়ে জানিবলৈ এই লিংকটোত ক্লিক কৰক।
২) Technical Analysis-ত প্ৰথম খোজ:

আপুনি যদি শ্বেয়াৰ মাৰ্কেটৰ বিষয়ে কিছু জানে, আৰু এতিয়া Technical Analysis শিকিব বিচাৰিছে, তেনেহলে এই কৰ্চটো আপোনাৰ বাবে।
এই কৰ্চটোত technical analysis-ৰ প্ৰথমখিনি শিকোৱা হ’ব। কৰ্চটো সম্পূৰ্ণ কৰাৰ পিছত আপুনি এটা process বুজি উঠিব যিটোৰ দ্বাৰা কোনটো শ্বেয়াৰ কোন সময়ত কিনিব লাগিব বা বেচিব লাগিব সেই সিদ্ধান্ত নিজেই ল’ব পাৰিব।
এই কৰ্চটোৰ বিষয়ে জানিবলৈ এই লিংকটোত ক্লিক কৰক।
২) Technical Analysis-ত দ্বিতীয় খোজ:

এই কৰ্চটোত technical analysis আৰু fundamental analysis দুয়োটা আলোচনা কৰা হ’ব। এইটো অলপ advanced কৰ্চ। এই কৰ্চটো কৰাৰ আগতে “Technical Analysis-ত প্ৰথম খোজ” নামৰ কৰ্চটো কৰি লোৱা আৱশ্যকীয়।
এই কৰ্চটোৰ বিষয়ে জানিবলৈ এই লিংকটোত ক্লিক কৰক।
২) Technical Analysis-ত তৃতীয় খোজ:

এইটো advanced কৰ্চ। এই কৰ্চটো কৰাৰ আগতে “Technical Analysis-ত দ্বিতীয় খোজ” নামৰ কৰ্চটো কৰি লোৱা আৱশ্যকীয়।
এই কৰ্চটোৰ বিষয়ে জানিবলৈ এই লিংকটোত ক্লিক কৰক।