As expected, the Indian share market has continued its upward journey in this week too. NIFTY is up 2.24% this week. It has closed the week at 21,731. I expect this upward movement to continue in 2024 with some corrections in between. Wishing you all a Happy New Year 2024.
Tag: #sensex
NIFTY’s movement from 6th to 10th June 2022
যোৱা 4-June-2022 তাৰিখে মোৰ “Stock Market-ৰ পৰা Profit কৰক” নামৰ Facebook group-টোত লিখিছিলো যে nifty আৰু তললৈ যোৱাৰ ৭০% সম্ভাৱনা আছে। আৰু সঁচাকৈয়ে সেয়ে হ’ল। গোটেই সপ্তাহটোত ওপৰ-তল কৰি থাকি শেষত 1.63% (268 points) তললৈ গ’ল। অহা সপ্তাহত কি হ’ব পাৰে সেইবিষয়ে লিখাৰ আগতে যোৱা সপ্তাহৰ প’ষ্টটো তলত দিলো। সেই প’ষ্টটোত কি লিখিছিলো আপোনালোকে মিলাই… Continue reading NIFTY’s movement from 6th to 10th June 2022
Fundamental Analysis আৰু আন দিশ
ষ্ট’ক মাৰ্কেটত শ্বেয়াৰ কিনা-বেচা কৰোতে আমি Fundamental Analysis ব্যৱহাৰ কৰাৰ লগতে আন আন দিশ কিছুমানো চাব লাগে। এই বিষয়ৰ ওপৰত মোৰ এটা ভিডিঅ’ত অলপ আলোচনা কৰা হৈছে। এই ভিডিঅ’টো মোৰ “Stock Market-ৰ পৰা Profit কৰক” নামৰ কৰ্চৰ এটা অংশ। ভিডিঅ’টো চালে মোৰ কৰ্চৰ ক্লাছবোৰ কেনে ধৰণৰ হয় সেই বিষয়েও গম পাব।
App for Stock Trading
Which App is suitable for Stock Market is explained in Assamese language in this post. #stockmarket #nifty50 #sensex #zerodha #groww যোৱাকালি এজনে সুধিছিল যে ষ্ট’ক মাৰ্কেটত share কিনা-বেচা কৰিব খুজিছোঁ, কোনটো App বেছি ভাল হ’ব? ইয়াৰ উত্তৰ একে আষাৰতে দিব নোৱাৰি। আমি কেইবাটাও দিশ চাব লগা হয়। প্ৰথম কথা হৈছে #zerodha #groww আদি… Continue reading App for Stock Trading