Buy: Chambal Fertiliser & Chemicals Ltd

যোৱা 27-April-2023 তাৰিখে  Chambal Fertiliser & Chemicals Ltd নামৰ কোম্পানীটোৰ কেইটামান শ্বেয়াৰ কিনিলো। দাম পৰিল @Rs. 282/- কৈ।

কিনাৰ signal-টো chart patterns আৰু technical indicators-এ দিছিল। 

বৰ্তমান ( মানে 4 April 2023-ৰ ৰাতিপুৱা) ইয়াৰ দাম বাঢ়ি 293/- হৈছে।

যোৱা 18-4-2022 তাৰিখে ইয়াৰ দাম আছিল প্ৰায় 500/- টকা। তাৰ পৰা কমি কমি গৈ 28-3-2023 তাৰিখে তাৰ দাম হৈছিল গৈ 250/- টকা। অৰ্থাৎ 50% কমি গৈছিল এবছৰত। 

এতিয়া আকৌ বাঢ়িবলৈ আৰম্ভ কৰিছে। ঠিকে-ঠাকে বাঢ়ি থাকিলে আকৌ 500/- চুবগৈ পাৰে এবছৰ মানত। সেয়ে হ’লে 100% লাভ হ’ব। 

500/- টকা target price ধৰিলে ইয়াক 300-350/- দামলৈকে কিনিব পাৰি। বৰ্তমান মই 270/- ত stoploss set কৰি থৈছোঁ। অৰ্থাৎ এই দামতকৈ কমিলে বিক্ৰী কৰি দিম। 

“Stock market-ৰ পৰা profit কৰক” কৰ্চ কৰি থকাসকলে এই লিংকটোত ক্লিক কৰি আৰু অলপ details জানিব পাৰিব।

“Fundamental আৰু Technical Analysis” কৰ্চ কৰি থকা সকলে এই লিংকটোত ক্লিক কৰি জানিব পাৰিব কেনে ধৰণৰ analysis কৰি এই শ্বেয়াৰটো কিনাৰ সিদ্ধান্ত ল’লো। কোনটো chart pattern আৰু কোন কেইটা technical indicators-এ signal দিলে, আদি কথাবোৰ।


We value your feedback.
How many stars will you give to this post?
[Total: 0 Average: 0]

Comments

Please give your feedback on the content:

Discover more from LEARN EASILY

Subscribe now to keep reading and get access to the full archive.

Continue reading